নীৰৱ বেদনা
পৰিস্মিতা বৰা
জাঁজী, শিৱসাগৰ
“চেনেহীয়ে এটা দীঘল হুমুনিয়াহ এৰি চৰাই বাঁহটোলৈ চালে ...!”
তিনিটা সন্তানক বুকুতে সাবটি লৈ ঘৰে ঘৰে সাজিৰা কৰি খোৱা চেনেহীয়ে বাৰ বছৰৰ আগতেই বিবাহ পাশত আবদ্ধ হোৱা স্বামী অনক আৰু সিহঁতৰ ঘৰৰ মানুহৰ অত্যাচাৰ সহন কৰিব নোৱাৰি অৱশেষত অনিচ্ছা সত্ত্বেও “একমাত্ৰ ভগৱানক বিশ্বাসত লৈ” শেষ উশাহলৈকে তাই সন্তানকেইটাক অকলে ডাঙৰ কৰাৰ সিদ্ধান্ত ল’লে।
“কুমাৰী হৈ থকা হ’লেই ভাল আছিল”
জলজলীয়া চকুৰে চেনেহীয়ে বান্ধৱী অনিমাক ক’লে।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment