সংগ্ৰাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সংগ্ৰাম


সংগ্ৰাম


নৰেন শইকীয়া

যোৰহাট


     অৱলা মালতীৰ কপাল খন উকা হোৱাৰ দিনৰ পৰা পৈশাশিক দানৱ বোৰে তাইক পণ্যৰ সামগ্ৰী দৃষ্টিৰে চাইছিল। 

   পল অনুপলকৈ সময়বোৰ পাৰ হ’ল। অৱশেষত মালতীয়ে নিজৰ কষ্ট আৰু ত্যাগৰ বলত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিলে।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages