আমৰস
অংকুৰিতা ফুকন
বিশ্বাস এটি পোকীয়া আম
পাতৰ তলত পেট হেচি পাতকী পোকে
জুমি থাকে প্ৰতিটো বিন্ধাৰে…
ডাল ভৰি পকে
মুখত দিবলৈ এটিও নাটে…
অপইঁতা আম বেচি
চহকী হয় ৰটনাৰ সদাগৰ…
পোকীয়া ফাল কাটি নিলগাই থ’লেই
নালাগে কাৰো একোতে জগৰ…
Doksiri দকচিৰি, জুন, ২০২৬
আমৰস
অংকুৰিতা ফুকন
বিশ্বাস এটি পোকীয়া আম
পাতৰ তলত পেট হেচি পাতকী পোকে
জুমি থাকে প্ৰতিটো বিন্ধাৰে…
ডাল ভৰি পকে
মুখত দিবলৈ এটিও নাটে…
অপইঁতা আম বেচি
চহকী হয় ৰটনাৰ সদাগৰ…
পোকীয়া ফাল কাটি নিলগাই থ’লেই
নালাগে কাৰো একোতে জগৰ…
Doksiri দকচিৰি, জুন, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment