নিয়ম-অনিয়ম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

নিয়ম-অনিয়ম

 

নিয়ম-অনিয়ম


                         ৰূপা গগৈ


আনে নমনা কথাবোৰ 

মানিব পৰাকৈ 

পৰা হ’লে নিয়ম এটি প্ৰৱৰ্তন কৰিব 

অনিয়মৰ ৰোষত নপৰিলহেঁতেন কেতিয়াও

অবাধ্য মৰমত জুৰুলা হিয়াবোৰ।


নাথাকিলহেঁতেন তেতিয়া 

বৈধ-অবৈধ বুলি প্ৰেম-অপ্ৰেমৰ কোনো সংজ্ঞা 

আৰু বয়সৰ জোখ-মাখ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages