চ্যুকাফাৰ তনু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

চ্যুকাফাৰ তনু

 

চ্যুকাফাৰ তনু


                   ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী 


সহস্ৰ যুগৰ মাজত ওলমি থকা

এখন দলং চ্যুকাফাৰ তনু

আকাশ অংশ সৌমাৰপীঠ 

আৰু পাতাল অংশ ৰত্নপীঠ 

আজিও অৱসান ঘটাব পাৰা নাই যাক…


Doksiri দকচিৰি, জুলাই, ২০২৬



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages