জীৱন
মৃণাল বৈশ্য
তামুলপুৰ
বাস্তৱ নিষ্ঠুৰ, সপোন ৰঙীন।
পোৱা-নোপোৱাৰ হিচাপ জীৱনৰ।
লৈ আহিছো কি?
লৈ যামেইবা কি?
শূন্য দুহাত, উদং বুকু।
উৰি যাব ধোঁৱা, ৰৈ যাব ছাই;
জীৱন-যৌৱন
আৰু একো নাই।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬
জীৱন
মৃণাল বৈশ্য
তামুলপুৰ
বাস্তৱ নিষ্ঠুৰ, সপোন ৰঙীন।
পোৱা-নোপোৱাৰ হিচাপ জীৱনৰ।
লৈ আহিছো কি?
লৈ যামেইবা কি?
শূন্য দুহাত, উদং বুকু।
উৰি যাব ধোঁৱা, ৰৈ যাব ছাই;
জীৱন-যৌৱন
আৰু একো নাই।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment