কবিতা
কাব্যশ্ৰী বৰুৱা
জীৱনে প্ৰায়ে সুধে
কিহে!?
মৰি নোযোৱা কিয় তুমি ?
মোৰ উত্তৰ দিয়া নহয় !
‘য’ত মই মৰি যোৱাৰ কথা থাকে;
তাতেই কামে মোক জীয়াই ৰাখে?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬
কবিতা
কাব্যশ্ৰী বৰুৱা
জীৱনে প্ৰায়ে সুধে
কিহে!?
মৰি নোযোৱা কিয় তুমি ?
মোৰ উত্তৰ দিয়া নহয় !
‘য’ত মই মৰি যোৱাৰ কথা থাকে;
তাতেই কামে মোক জীয়াই ৰাখে?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment