চিৰ প্ৰজ্বলিত প্ৰাজ্ঞৰ দীপ্তশিখা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 1, 2026

চিৰ প্ৰজ্বলিত প্ৰাজ্ঞৰ দীপ্তশিখা

 

চিৰ প্ৰজ্বলিত প্ৰাজ্ঞৰ দীপ্তশিখা 


ৰয়েল পেগু


টাবুৰাম টাইদে এটা সপোন দেখিছিল

টাবুৰাম টাইদে এটা চেতনা জাগ্ৰত কৰি তুলিছিল

এই চেতনাই মিচিং সমাজক জগাই তুলিলে 


ভাষাপ্ৰেম।

নিজৰ জাতিপ্ৰেমৰ উৎকৃষ্ট নমুনা।

টাবুৰাম টাইদৰ নিভাঁজ ভাষাপ্ৰেমে জাতিক সমৃদ্ধ কৰি গ’ল


মিচিং দোৱানে ভাষাৰ স্বীকৃতি পালে

ভাষা-সাহিত‍্য, সংস্কৃতি 

এটা জাতিৰ অস্তিত্বৰ প্ৰথম পৰিচয়। 

মিচিং ভাষাৰ নতুন বুনিয়াদ ৰচনা কৰি 

অমৰ সত্তা হ’ল 

আগম মিগাং টাবুৰাম টাইদ


টাবুৰাম টাইদ কেৱল মিচিঙৰে নহয়

অসমৰ শ্ৰেষ্ঠ বৌদ্ধিক সম্পাদ। 

টাবুৰাম টাইদ অসমৰ আকাশত

চিৰ প্ৰজ্বলিত প্ৰাজ্ঞৰ দীপ্তশিখা।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages