মূল্যহীন শৰতৰ ৰাণী
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
“উফঃ গোঁসাই,এই মানুহবোৰ বৰ বেয়া মনৰ মানুহ দেই ৷ খোজকেইটা দিওঁতে কেতিয়াও মনকাণ নিদিয়ে ভৰিৰ খোজকেইটা ক’ত পৰিছে? মানুহজনৰ ভৰিৰ গছকে মোৰ হাড়-মুৰ গুৰি কৰিলে। বাতৰিকাকত,আলোচনী আদিত মোৰ নামেৰে শৰৎ কালৰ সৌন্দৰ্য্য সমৃদ্ধ হয় ময়ে হেনো শৰতৰ ৰাণী , কিন্ত বাস্তৱত মোৰ আদৰ একোৱেই নাই ।“
তলসৰা শেৱালিপাহিয়ে বৰ আৱেগেৰে কথাখিনি কৈ উঠিল।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment