পলাশৰ আত্মালাপ
গায়ত্ৰী দেৱী বৰঠাকুৰ
শোণিতপুৰ, তেজপুৰ
মাটিত বিলীন হোৱা
ৰঙবোৰ
ফাগুন নহয়
জীৱাশ্ম গাথা
পুৰাতাত্বিক সভ্যতায়ো
উদ্ধাৰ কৰিব নোৱাৰা
ৰুক্ষ পোৰামাটিৰ
জীৱনী পঢ়াৰ সময়
থাকেই বা কাৰ?
প্ৰয়োজনেই বা কি?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
পলাশৰ আত্মালাপ
গায়ত্ৰী দেৱী বৰঠাকুৰ
শোণিতপুৰ, তেজপুৰ
মাটিত বিলীন হোৱা
ৰঙবোৰ
ফাগুন নহয়
জীৱাশ্ম গাথা
পুৰাতাত্বিক সভ্যতায়ো
উদ্ধাৰ কৰিব নোৱাৰা
ৰুক্ষ পোৰামাটিৰ
জীৱনী পঢ়াৰ সময়
থাকেই বা কাৰ?
প্ৰয়োজনেই বা কি?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment