অবুজ বেদনা
আতিক আহমেদ
হৃদয়ৰ গোপন কোঠাত
ছটফটাই আছে
এক অবুজ বেদনা
নি:সঙ্গতাই খেদি ফুৰিছে মোক
কিলবিলাই আছে
হিয়া কুঠৰীত
এবোজামান দুখ
শংকাত কপিছে বুকুখন
যেন পলকতে সৰি পৰিব
মোৰ কলিজা খন।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
অবুজ বেদনা
আতিক আহমেদ
হৃদয়ৰ গোপন কোঠাত
ছটফটাই আছে
এক অবুজ বেদনা
নি:সঙ্গতাই খেদি ফুৰিছে মোক
কিলবিলাই আছে
হিয়া কুঠৰীত
এবোজামান দুখ
শংকাত কপিছে বুকুখন
যেন পলকতে সৰি পৰিব
মোৰ কলিজা খন।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment