ভাৱনা-ভৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

ভাৱনা-ভৰ

 


ভাৱনা-ভৰ


                  ইলামণি শইকীয়া


ৰাতিটো আৰু নুপুৱাওক

দগমগীয়া ৰঙা বেলিটো লৈ

কাইলৈটো নাহক….


প্ৰত্যেকটো ৰাতি মৃত্যুৰ কচৰতৰ অন্তত

সকলো মানুহেইটো নতুনকৈ জী নুঠে পুৱা!

ভাৱনাই ভাৰী কৰে মানুহক

তুলাও কৰে ভাৱনাই।


অসম্ভাৱনাপূ্ৰ্ণ পুৱা এটাত নিৰপেক্ষ ভাৱনা এটাত ভৰ দি

লৰচৰ কৰি উঠাতো জীৱনৰ ক’ম প্ৰত্যাহ্বান নহয়!


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages