খেল
জেনিফা হাজৰিকা
ডিব্ৰুগড়
কৰেনো এজাক সপোন যেন বৰষুণ
শৰতৰ ঘন কুঁৱলীত।
প্ৰকৃতিৰ নতুন ধেমালি.....
কুঁৱলীৰ সিপাৰে মোৰ দেশ
তাতে যে অনেক
জোনাকীৰ লুকা-ভাকু খেল।
খেল
জেনিফা হাজৰিকা
ডিব্ৰুগড়
কৰেনো এজাক সপোন যেন বৰষুণ
শৰতৰ ঘন কুঁৱলীত।
প্ৰকৃতিৰ নতুন ধেমালি.....
কুঁৱলীৰ সিপাৰে মোৰ দেশ
তাতে যে অনেক
জোনাকীৰ লুকা-ভাকু খেল।
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment