গুছি যোৱাৰ বাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

গুছি যোৱাৰ বাট

 


গুছি যোৱাৰ বাট


                         ইলামণি শইকীয়া


বুকুত হেজাৰটা বাঁহীৰ সুৰ সামৰি 

আজিও বহি থাকে ৰাধা কানাই আহিব বুলি।

অথচ কোনোদিন কোনোকালে উভতি নহাৰ বাটেৰে কানাই গুছি গ’ল ৰাধাক বুকুত সামৰি

ৰাধাক অকলে এৰি...


এতিয়া কানাইহীনতাত ৰাধাৰ বুকুত কেৱল শিলৰ হাঁহি।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages