এই উশাহ থমকি ৰয়
হিমাংশু কলিতা
গোলাঘাট
উশাহত হেৰাই যায় এজাক মলয়া বতাহ
এপাহ কহুৱা তেঁওৰ ফালে ফুলে
গুচি যায় মোৰবোৰ পাখিমেলি তেওঁলৈ
সন্ধিয়াৰ সুগন্ধি তেওঁ ফালে বয়,
ধুসৰিত পৃষ্ঠাত থাকি যায় কেৱল বেদনাৰ পদ চিহ্ন।
এই উশাহ থমকি ৰয়
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment