স্তৱক
ৰীতে ৰিদম
(১)
বহু ধুমুহাৰ মাজত
তুমিওটো এটা ধুমুহা
হৃদয়ৰ ডাল পাত ছিঙি
তচনচ কৰা….।
(২)
দুখৰ ধুমুহাই ভাঙি থৈ গ’ল
বুকুৰ নব্বৈ শতাংশ কলিজা
বাকী অৱশিষ্ট দহ শতাংশৰে
কেনেকৈ ল’ম উশাহ…।
Doksiri দকচিৰি, মে, ২০২৫
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment