ক’লীয়া মেঘ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

ক’লীয়া মেঘ


 ক’লীয়া মেঘ


                         নৰেন নৰহ

                          লখিমপুৰ 


জোৰ কৰি কিয়

ভেটা দি ৰাখিছা

বৈ যাব দিয়া


ক'লীয়া মেঘবোৰক

জৰ জৰ কৈ

সৰি পৰিব দিয়া


অন্ধকাৰ আঁতৰি 

আকাশী নীলা হ’ব

আকাশ


দুনাই উল্লাসিত হৈ

নাচি উঠিব পখিলা

চৰাই-চিৰিকটিৰ মন।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages