আঘোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

আঘোণ

 

আঘোণ


                     হেমেন হাজৰিকা

                          কামৰূপ (ম)


আইৰ বুকুখন

এতিয়া দূৰ সীমনালৈ

সোণ হালধীয়া বৰণ

হেঁপাহ দো খাই পৰিছে

ঘৰলৈ লখিমী আহিব

চোতাল ভৰিব।।

আইৰ যে কিমান হাঁহি

ছোৱালীজনীৰ

স্কুলৰ মাছুলখিনি

আদায় দিব

হাতপোন মানুহৰ

এয়াই সুখ।।

আয়ে থাপনাৰ আগখন

সেন্দুৰীয়াকৈ থৈছে

গুৰু বাৰ আজি

আগটো লৈ থব।।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages