প্ৰেম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

প্ৰেম

 


প্ৰেম


               ববী দত্ত 


পতান বুকুত কঢ়িয়াই ফুৰা এটা দীঘলীয়া সুহুৰি

সেউজীয়া আঁকবাক কৰা থুনুকা আঙুলিৰ স্বপ্নফুল

দূৰত থাকিও ওচৰৰ নিভাজ উশাহ


নেদেখা চকুত কিহৰ প্ৰতিমূৰ্তি?

প্ৰেমৰ!


য’তে যেনেকৈ আছে কুশলে থকাৰ অনাবিল প্ৰাৰ্থনা।


বুকুত অহৰ্নিশে বাজি থাকে এটা সৰল সমৃদ্ধিৰ সুৰ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages