অপৰাধ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 31, 2026

অপৰাধ

 


অপৰাধ 


           ভাৰতী বসুমতাৰী


আহা এদিনৰ বাবে 

আমি দুয়ো অপৰাধী হৈ উঠোঁ

তুমি হিন্দু হ’বা

মই মুছলমান 

আৰু মৰি যোৱাদি ইজনে-সিজনক ভাল পাম


ভাল পোৱাতকৈ ডাঙৰ অপৰাধ 

আছে জানো আন কিবা

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages